sangbad lahar logo

ডিব্ৰুগড়বাসীলৈ বিশেষ উপহাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ …

ডিব্ৰুগড়বাসীৰ বাবে বিশেষ উপহাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ। উত্তৰ-পূৱৰ ঐতিহাসিক চিকিৎসা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়লৈ ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াব ১০০ খন বিছনাযুক্ত আই চি ইউ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ বাবে কাম কৰি অহা ‘যুৱৰাজ সিং ফাউণ্ডেচন’ নামৰ সংস্থাটোৱে আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰে এক বুজাবুজিত কৰিছে চুক্তি স্বাক্ষৰ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *