ডিব্ৰুগড়ৰ পৰা এতিয়া মণিপুৰৰ ৰাজধানী ইম্ফললৈ যোৱাৰ বাবে সময় লাগিব মাত্ৰ ১ ঘণ্টা ১৫ মিনিট। আজি ইণ্ডিগ’ ফ্লাইট ৬ই ৭৯৪৮য়ে সংযোগ কৰে মণিপুৰৰ ৰাজধানী ইম্ফলক। ডিব্ৰুগড়ৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফললৈ ‘উৰান’ কাৰ্যসূচীৰ অধীনত মুকলি কৰা হৈছে এই বিমানসেৱা।