ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰীনিবাসৰ পথ উদ্ধোধন…

মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আচঁনি‌ৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰীনিবাসৰ পথ উদ্ধোধন কৰে বিধায়ক সুৰেন ফুকনে

ডিগবৈৰ বিধায়ক সুৰেন ফুকনে ডিগবৈ মহাবিদ্যালয়ৰ(স্বায়ত্বশাসিত) ছাত্ৰীনিবাসৰ পথটো উদ্বোধন কৰি মহাবিদ্যালয়ৰ ছাত্ৰীনিবাসৰ ছাত্ৰীসকলৰ লগতে শিক্ষক সকলৰ বাবে সুবিধা কৰি দিয়ে।অনুষ্ঠানত বিধায়কৰ সৈতে স্থানীয় জনতা, মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু দলীয় কৰ্মী উপস্থিত থাকে।