ডিগবৈত ভ*য়ং*ক*ৰ পথ দু*ৰ্ঘ*ট*না*ত তীব্ৰ বেগী দুখন মটৰ চাইকেলৰ মুখামুখি সং*ঘৰ্ষ দু*ৰ্ঘ*ট*না*টো সং*ঘ*টি*ত হয়….

দু*ৰ্ঘ*ট*না*ত আ*হত চাহিল আলি,মইনুল আলি আৰু অজয় থাপা ।AS-23-W- 3348 আৰু AS-23-Z- 4803 নম্বৰৰ তীব্ৰ বেগী দুখন মটৰ চাইকেলৰ মুখামুখি সং*ঘ*ৰ্ষ দু*ৰ্ঘ*টনা*টো সং*ঘ*টিত হয়।ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ১নং গোলাই অঞ্চলত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা এক পথ দুৰ্ঘটনাত চাহিল আলি,মইনুল আলি আৰু অজয় থাপা নামৰ গুৰুত্বভাৱে আহত হৈ সম্প্ৰতি মাকুমস্থিত তিনিচুকীয়া জিলা চিকিৎসালয়ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে।AS-23-W- 3348 আৰু AS-23-Z- 4803 নম্বৰৰ তীব্ৰ বেগী দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।আহত চাহিল আলি আৰু মইনু লালি এখন মটৰ চাইকেলত থকা বিপৰীতে অজয় থাপা আনখন মটৰ চাইকেলত আছিল।১০৮ সেৱাৰ জৰিয়তে তাৎক্ষাণিক ভাৱে চিকিৎসালয়লৈ স্থানীয় প্ৰত্যক্ষ দৰ্শীয়ে লৈ যোৱাৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে।