sangbad lahar logo

ডিগবৈত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন ।

অসম অইল সংমণ্ডলৰ উদ্যোগত আৰু নাৰ্চিং কলেজ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সহযোগত আজি ৰাতিপুৱা পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত যোগ দিৱস পালন কৰা হয় । যোগ গুৰু সুখময় নাথৰ তত্বাৱধানত অনুষ্ঠিত যোগ দিৱসত দুই শতাধিক জনতা উপস্থিত থাকি যোগাসন কৰে প্ৰায় এঘণ্টা ।

Related Articles