চালি অঞ্চলৰ কয়লাখনিত গেছ নিৰ্গত হৈ মৃত্যু দুজন শ্ৰমিকৰ ।
বিক্ৰম আৰু জনৈক জয়ছোৱাল নামৰ কয়লা শ্ৰমিকৰ মৃত্যু ।
শ্ৰমিক দুজনৰ মৃতদেহ পাহাৰৰ অজ্ঞাত স্থানত লুকুৱাই ৰখাৰ সন্দেহ ।
পুৱাৰ ভাগতে সংঘটিত হয় এই দুৰ্ঘটনা ।
ঘটনাক সন্দৰ্ভত লেখাপানী আৰক্ষী, বন বিভাগে তদন্ত নকৰাৰ অভিযোগ ।