হাটশিঙিমাৰীৰ বাংৰীৰচৰ ব্ৰহ্মপুত্ৰ নদীত নৱজাতকৰ মৃ*ত*দে*হ উদ্ধাৰ।
স্থানীয় ৰাইজে নদীৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি সুখচৰ থানাৰ আৰক্ষীক খবৰ দিয়ে।

হাটশিঙিমাৰী জিলা আৰক্ষীৰ সহযোগত সুখচৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃ*ত*দে*হ*টো উদ্ধাৰ কৰে।
এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো।