sangbad lahar logo

টকিঅ’ অলিম্পিক ২০২১ ত ভাৰতৰ প্ৰথমটো পদক মীৰা বাঈ চানুৰ

টকিঅ’ অলিম্পিক ২০২১ ত ভাৰতৰ প্ৰথমটো পদক। ভাৰত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক জয়েৰে ভাৰতলৈ সুনাম কঢ়িয়াই আনে মনিপুৰৰ মীৰা বাঈ চানুৱে । ভাৰত্তোলনৰ মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত মুঠ ২০২ কিলোগ্ৰাম উত্তোলন কৰি শনিবাৰে ৰূপৰ পদক অৰ্জন কৰে । মীৰা বাঈ চানুৱে ভাৰত্তোলনত ভাৰতত প্ৰথম ৰূপৰ পদক জয়েৰে ভাৰতলৈ সুনাম কঢ়িয়াই আনে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *