টকিঅ’ অলিম্পিকত অপ্ৰতিৰোধ্য মেৰী কম। প্ৰথমখন মেচত জয়লাভ কৰিছে মেৰী কমে। প্ৰতিদ্বন্দ্বী মেগুইলেনা হাৰ্নাণ্ডেজক পৰাভূত কৰিলে মেৰী কমে। ৪-১ ব্যৱধানত জয়লাভ কৰিছে মেৰীকমে ।