
ঝাৰখণ্ডৰ ৰাছীত বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বৈঠক । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বজৰংগ আৰু বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বৈঠকখন । বৈঠকত উপস্থিত থাকে বজৰংগ দলৰ ৰাষ্ট্ৰীয় সম্পাদক মিলিণ্ড পাৰাণ্ডে, ৰাষ্ট্ৰীয় সংযোজক নিৰজ দুনৰিয়া আৰু অসমৰ প্ৰান্তীয়সহ সংযোজক সুনীল লহকৰ সহ বিষয়ববীয়া সকল ।
Home - Political News - ঝাৰখণ্ডৰ ৰাছীত বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বৈঠক । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বজৰংগ আৰু বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বৈঠকখন । বৈঠকত উপস্থিত থাকে বজৰংগ দলৰ ৰাষ্ট্ৰীয় সম্পাদক মিলিণ্ড পাৰাণ্ডে, ৰাষ্ট্ৰীয় সংযোজক নিৰজ দুনৰিয়া আৰু অসমৰ প্ৰান্তীয়সহ সংযোজক সুনীল লহকৰ সহ বিষয়ববীয়া সকল ।