sangbad lahar logo

জোনাইৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা  । দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক  ।

মৃত যুৱকজন জোনাইৰ ৰতকে গাঁৱৰ সৰ্বেশ্বৰ পাংগিং ।

বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই

এজোপা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।

Related Articles