sangbad lahar logo

জুৰীয়াত পুনৰ গুলিচালনাৰ ঘটনা । দিন দুপৰতে গুলি চলাই দুৰ্বৃত্তই সংঘটিত কৰিলে ডকাইতি । লুটি লৈ গ’ল ২ লাখ ৮৭ হাজাৰ টকা । উদ্ধাৰ কৰা হৈছে গুলিৰ খালী কাৰ্টিজ ।

জুৰীয়াৰ দগাৱঁৰ শিঙিয়া পথাৰত এই ঘটনা ।

আবুল বাছাৰ নামৰ এজন SBI ৰ CSP ৰ স্বত্বাধিকাৰীক দুই পিষ্টলধাৰী ডকাইতে দিন দুপৰতে পালছাৰ বাইকেৰে আহি পথ আগুছি ধৰি গুলি ফুটাই সংঘটিত কৰিলে ডকাইতি ।

লুটি লৈ ২ লাখ ৮৭ হাজাৰ টকা ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে দগাৱঁ আৰক্ষী পহৰাচকীত এজাহাৰ দাখিল ভুক্তভোগীয়ে ।

সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত ।

Related Articles