
সংবাদ লহৰ , ডিজিটেল ডেস্কঃ– শনিবাৰে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে পত্নী গৰিমা গাৰ্গসহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰী আৰু জুবিনৰ এই সাক্ষাৎ সম্পূৰ্ণ সৌহাৰ্দপূৰ্ণ আছিল বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে সাক্ষাৎকাৰৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী আৰু শান্তনু ভৰালী ।