
টকিঅ’ অলিম্পিকৰ সপ্তমটো দিন ভাৰতৰ বাবে অতি ভাল পৰিলক্ষিত হৈছে,
ইতিমধ্যে বক্সিঙত কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে সতীশ কুমাৰে,
৯১ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সতীশ কুমাৰৰ,
জামাইকাৰ বক্সাৰ ৰিক’ৰ্ডক পৰাস্ত কৰিলে ভাৰতীয় বক্সাৰ গৰাকীয়ে,
অলিম্পিকত এইবাৰ বক্সিঙতো ভাৰতে মেডেল অৰ্জনৰ আশা আৰু অধিক বৃদ্ধি পাইছে।