জাপানত বুধবাৰে পুৱতি নিশা উত্তৰ-পূব অংশত ভূমিকম্পৰ জোকাৰনি। এই ভূমিকম্পৰ ফলত কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হোৱাৰ খবৰ লাভ। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯।