sangbad lahar logo

জাগীৰোডৰ আমলিঘাটৰ বোৱাৰী শান্তা শৰ্মাই লাভ কৰিলে Sony Tv ৰ Masterchef ৰ 1st Runner – up

SONY TVৰ Masterchefৰ খিতাপ জয় নয়নজ্যোতি শইকীয়াৰ । 1st Runner up ৰ খিতাপ জয় জাগীৰোডৰ আমলিঘাটৰ বোৱাৰী শান্তা শৰ্মাৰ । নয়নজ্যোতিয়ে কোমোৰাৰে হাঁহৰ মাংস ৰান্ধি বিচাৰকৰ লগতে দেশবাসীৰ মন জয় কৰিবলৈ সক্ষম হয় । পইতা ভাত, পোৰা মাছ, বাঁহৰ চুঙাত মুৰ্গী মাংস, তিলৰ চাটনী আদি পৰিৱেশনেৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ জয় কৰে  জাগীৰোডৰ আমলিঘাটৰ  বোৱাৰী শান্তা শৰ্মাই ।

Related Articles