sangbad lahar logo

জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা । সোমবাৰে  নিশা জাগীৰোড-মৰিগাঁও পথৰ পালিগুৰিত শোকাৱহ পথ দুৰ্ঘটনা । থিতাতে নিহত জাগীৰোডৰ নৱহটীয়াৰ প্ৰাঞ্জল  বৰা  নামৰ এজন যুৱক ।

তীব্ৰবেগী ট্ৰাক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ । থিতাতে নিহত স্কুটি আৰোহী প্ৰাঞ্জল বৰা ।

নিহত প্ৰাঞ্জলৰ ঘৰ জাগীৰোডৰ নৱহতীয়াত । ঘৰ অভিমুখে যোৱাৰ সময়তে মহতিয়াই নিয়ে লোকজনক।

 AS-21L-6011 নম্বৰৰ স্কুটিখনক প্ৰচণ্ড খুন্দা AS-21C-7307 নম্বৰৰ বাহনৰ ।

Related Articles