Breaking___
জাগীৰোডত ককায়েকৰ দাৰ ঘাপত নিহত কনিষ্ঠ ভাতৃ । মৃত ব্যক্তিজন নৰেন পাটৰ বুলি চিনাক্ত (২৭) । ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত । আটক কৰিলে বিন্দা পাটৰক ।

45 Comments