জাগীৰোডৰ সৰু মনহা বিলত মাছ মাৰিলে আংগুৰলতা ডেকাই।বিজেপি মহিলা মৰ্চা অসম প্ৰদেশৰ মাছ মৰা পৰ্ব ৷মাছ মৰাই নহয়, নাম গাই এপাক নাচিলেও মোহময়ী অভিনেত্ৰী গৰাকীয়ে।