
জয়েৰে অলিম্পিকত যাত্ৰা আৰম্ভ কৰিলে পি ভি সিন্ধুয়ে, মহিলা একক শাখাত ইজৰাইলৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিলে পি ভি সিন্ধুয়ে, ২৯ মিনিটত ২১-৭ আৰু ২১-১০ পইন্টৰ ব্যৱধানত এই জয় লাভ কৰে পি ভি সিন্ধুয়ে, পৰৱৰ্তী খেল খনত পি ভি সিন্ধু মুখামুখি হ’ব হংকঙৰ এন গানৰ সৈতে, ২৭ জুলাইত অনুষ্ঠিত হ’ব এই খেল।