sangbad lahar logo

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত,
দেওবাৰে পুৱাই সেনাৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী
কুলগামত সেনাই চলাইছিল এক অভিযান,
গোপন সুত্ৰৰ পম খেদি সেনাই চলাইছিল এই অভিযান,
বৰ্তমানেও কুলগামৰ উক্ত অঞ্চলত গুলীয়া-গুলি অব্যাহত আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *