sangbad lahar logo

জন্মসিদ্ধ শ্ৰী শ্ৰী ঠাকুৰ বালক ব্ৰহ্মচাৰী মহাৰাজৰ ১০২ তম জন্ম জয়ন্তী উদযাপন।

দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ চিলাপথাৰ মিছিংপুৰ চিলটিয়া গাঁৱত বিশ্ব সন্তানদলৰ সহযোগত জন্ম সিদ্ধ শ্ৰী শ্ৰী ঠাকুৰ বালক ব্ৰহ্মচাৰী মহাৰাজৰ ১০২ তম জন্ম জয়ন্তী পালন কৰা হয়। ১৯১৯ চনৰ কাতি মাহৰ ২৩ তাৰিখে কালি পূজাৰ নিশা ১০ বাজি ২০ মিনিটত জন্মলাভ কৰা গুৰুজনাই বাল্যকালতে সমাজৰ জাত-পাতৰ বেদাবেদক নেওচি পশ্চিমবঙ্গ, অসম, ত্ৰিপুৰাৰ লগতে বিভিন্ন ৰাজ্যত এক নাম ধৰ্ম ,ৰাম নাৰায়ণ ৰাম ,বেদৰ বাণী প্ৰচাৰ কৰা বালক ব্ৰহ্মচাৰী মহাৰাজৰ ১০২ তম জন্ম জয়ন্তীত আজি সনাতন দলৰ শিষ্য আৰু ভক্ত সকলে ১০২ গছি বন্তি প্ৰজ্জলন কৰি এক নাম সংকীৰ্তন “ৰাম নাৰায়ণ ৰাম” ধ্বনিৰে ভক্তি ৰসে মুখৰিত কৰি তোলে সমগ্র মিচিংপুৰ চেলেটীয়া গাঁৱৰ পৰিবেশ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *