
নিউজ ডেস্ক : ৪০ বছৰ বয়সতে মৃত্যুক সাৱতি ললে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই। হৃদৰোগত আক্ৰান্ত হৈ মুম্বাইৰ এখন চিকিত্সালয়ত শেষ নিশ্বাস ত্যাগ কৰে বলিউডৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে। সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা আছিল সিদ্ধাৰ্থ শুক্লা লগতে বিগবছ ১৩ ৰো বিজেতা আছিল । বলিউডৰ চলচিত্ৰতো অভিনয় কৰিছিল সিদ্ধাৰ্থ শুক্লাই। জনপ্ৰিয় অভিনেতা গৰাকীৰ মৃত্যুত এতিয়া ছবিজগতত গভীৰ শোকৰ ছা পৰিছে।