জখলাবন্ধা থানাত এজাহাৰ দিয়াৰ পিছত জোনমনি ৰাভাৰ মাতৃৰ লগতে আত্নীয় সংবাদ মাধ্যমৰ আগত মন্তৱ্য দিয়াৰ লগতে কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰে ।