ছিপাঝাৰৰ ১৯ নং মাৰৈ দুমুনিচকী গাঁও পঞ্চায়তৰ অন্তৰ্গত দুমুনিচকী ৭ নং ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী জিলমিল বেগমৰ নিৰ্বাচনী প্ৰচাৰ।ৰাজ্যত এতিয়া চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ ব্যতিক্ৰম নহয় ছিপাঝাৰৰ দুমুনিচকী ৭ নং ৱাৰ্ড। ১৯ নং মাৰৈ দুমুনিচকী গাঁও পঞ্চায়তৰ অন্তৰ্গত দুমুনিচকী ৭ নং ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী জিলমিল বেগমে সমৰ্থক সকলক লগত লৈ এইদৰে ঘৰে গৰে গৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।১৯ নং মাৰৈ দুমুনিচকী গাঁও পঞ্চায়তৰ অন্তৰ্গত দুমুনিচকী ৭ নং ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী জিলমিল বেগমৰ সপক্ষে বলিছে নিৰ্বাচনী বতাহ ।ৰাইজেও আদৰি লৈছে জিলমিল বেগমক।

এতিয়া ৭ নং ৱাৰ্ডৰ প্ৰতিগৰাকী ভোটাৰৰ মুখে মুখে জিলমিল বেগম। নিকা ভাৱমুতিৰ প্ৰাৰ্থী জিলমিল বেগমেৰ সমৰ্থনত ওলাই আহিছে অঞ্চলটোৰ ভোটাৰ ৰাইজ ।প্ৰতিটো ভোটাৰৰ ঘৰে ঘৰে গৈ এনেদৰে ৰাইজৰ আৰ্শীবাদ গ্ৰহন কৰিছে প্ৰাৰ্থী গৰাকীয়ে ।আনহাতে ৰাইজৰ সহাঁৰি পোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে প্ৰাৰ্থী গৰাকীয়ে । অঞ্চলটোৰ ৰাইজৰ সেৱা কৰিবলৈ সুবিধা দিব বুলি আশাবাদী জিলমিল বেগম ।