sangbad lahar logo

ছলমান খানৰ সৈতে “ৰেডী”ত অভিনয় কৰা অভিনেতা মোহিত বাঘেল আৰু নাই৷

ডিজিটেল ডেস্ক/সংবাদ লহৰ , ২৩ মে’– ছলমান খানৰ সৈতে “ৰেডী”ত অভিনয় কৰা অভিনেতা মোহিত বাঘেল আৰু নাই৷ শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ মথুৰাত কেন্সাৰত আক্ৰান্ত হৈ থকা অভিনেতাগৰাকীৰ ২৭ বছৰত মৃত্যু হয়৷ ৰেডীকে ধৰি জাবাৰিয়া যুৰি, মিলন টলকিছ, ইউভা আদি ছবিত অভিনয় কৰা অভিনেতাগৰাকীৰ অকাল মৃত্যুত ভাৰতীয় ছবিজগতত গভীৰ শোকৰ ছাঁ পৰে৷

Related Articles

89 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *