sangbad lahar logo

চেন্নাই ছুপাৰ কিংছে জয় কৰিলে IPL 2021ৰ খিতাপ, চতুৰ্থবাৰলৈ IPLৰ চেম্পিয়ন হ’ল CSK

পুনৰবাৰ আই পি এলৰ খিতাপ দখল কৰিলে চেন্নাই চুপাৰ কিংছে। কলকাতা নাইট ৰাইডাৰ্ছক চূড়ান্ত খেলখনত ২৭ ৰানত পৰাস্ত কৰি আই পি এলৰ খিতাপ মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে জয় কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *