sangbad lahar logo

চুপাৰ ডান্সৰ ফাইনেলত বিজয়ী ফ্লৰিনা গগৈ…

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম কন্যা ।ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাৰ ফাইনেলত বিজয়ী অসমৰ ফ্লোৰিনা গগৈ। কিডছ ডান্স ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4 ৰ চূড়ান্ত বিজয়ী অসমৰ ফ্লোৰিনা। শনিবাৰে গ্ৰেণ্ড ফিনালেত অসমৰ ফ্লোৰিনা গগৈ হৈছে বিজয়ী। লগতে ফ্লোৰিনাই ১৫ লাখ টকাৰ পুৰষ্কাৰৰ ধনৰ সৈতে লাভ কৰিছে ট্ৰফী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *