
চিকিৎসা কর্মীক অভব্য আচৰণ কৰাৰ লগতে বিচাৰিছে অদ্ভুত খাদ্য
অভব্য! ক’ৰোণা ভাইৰাছক লৈ ল’ৰা ধেমালীত নামিছে নিজামুদ্দিনলৈ যোৱা একাংশ উন্মাদ লোকে। ক’ৰোণাৰ সন্দেহত আছুতীয়াকৈ ৰখা একাংশই এতিয়া সকলো সীমা চেৰাই গৈ চিকিৎসাকৰ্মীলৈ লক্ষ্য কৰি থুৱাইছে। আনকি আইছ’লেছন ৱাৰ্ডত এতিয়া কাৰো কথালৈ কাণ নিদি পিট পিটাই ঘূৰিছে এইসকল লোক। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ তুঘলকাবাদত থকা এটা আছুতীয়া ৱাৰ্ডত।