চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক । বুকুৰ বিষৰ বাবে এইম্ছত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক । বৰ্তমান তেওঁ সংকটমুক্ত বুলি জনালে চিকিৎসকে ।