চামগুৰি সমষ্টিৰ অন্তৰ্গত ভকত গাওঁ জিলা পৰিষদৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ ইন্তাজ আলীৰ বেলগুৰি ডিফলু গাঁও পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ…

ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকা মাজতে অগপ দলে চলাইছে এটা পাছত এটাকৈ নিৰ্বাচনী সভা।
চামগুৰি সমষ্টিৰ অন্তৰ্গত ভকত গাওঁ জিলা পৰিষদৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ ইন্তাজ আলী আজি বেলগুৰি ডিফলু গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় আৰু ৰাইজে যথেষ্ট সহাঁৰি জনাইছে, এইবাৰ নিৰ্বাচনলৈ দৃঢ় বিশ্বাস জিলা পৰিষদৰ প্ৰাৰ্থী ইন্তাজ আলী, আজি নিৰ্বাচনী সভাত উপস্থিত থাকে বেলগুৰি ডিফলু গাঁও পঞ্চায়তৰ AGP আঞ্চলিক সদস্যা প্ৰাৰ্থী দিল আফৰোজা খাতুন।