চাকৰিৰ বজাৰ মেলি গ্ৰেপ্তাৰ দিব্যাংগ মঞ্চ অসমৰ নেতা…

চাকৰিৰ বজাৰ মেলি গ্ৰেপ্তাৰ দিব্যাংগ মঞ্চ অসমৰ নেতা

দিব্যাংগ মঞ্চৰ নেতা চেমিম আহমেদ, নৱজিৎ বৰ্মনক গ্ৰেপ্তাৰ

গুৱাহাটীৰ বৰাগাঁৱৰ পৰা নিশা দুয়োকে গ্ৰেপ্তাৰ পাণবজাৰ আৰক্ষীৰ

৩য়, ৪র্থ বৰ্গৰ চাকৰিৰ নামত পাতিছিল বজাৰ

চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰিছিল ২-৪ লাখ টকা

সামাজিক মাধ্যমতো ভাইৰেল হৈছিল দৰ-দামৰ কল ৰেকর্ডিং

একাংশৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ দিব্যাংগ মঞ্চৰ দুই নেতাক

প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা ধনেৰে দুয়োৱে বিলাসী বাহন ক্রয় কৰাৰো অভিযোগ