sangbad lahar logo

চতিয়াত ২৪ ঘণ্টাত পানীত পৰি চাৰি জনৰ সলিল সমাধি

কালি চতিয়াৰ পটিয়া গাৱঁৰ এটা পুখুৰীত গাঁ ধুৱলৈ গৈ চতিয়াৰ পটিয়া গাৱঁৰ দুই যুৱকৰ সলিল সমাধি ঘটাৰ পিছত আজি চতিয়াৰ তাতিপাৰাত দুই যুৱতী উটি গ’ল মৰণৈ নৈৰ সোঁতত ৷ উটি যোৱা যুৱতী দুগৰাকী ক্ৰমে মামনী বেগম আৰু চুনুমাই বেগম বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই যুৱতী দুগৰাকীৰ মৃতদেহ ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *