ঘোষিত হ’ল ২০২০ বৰ্ষৰ পুলিৎজাৰ বঁটা । এই বৰ্ষৰ বঁটা ভাৰতৰ তিনিগৰাকী ফটো সাংবাদিকলৈ আগবঢ়োৱা হৈছে । তেওঁলোক ক্ৰমে য়াসীন ডাৰ , মুক্তাৰ খান আৰু চন্নী আনন্দ । এওঁলোক তিনিওগৰাকী জন্মু-কাশ্মীৰৰ । জন্মু-কাশ্মীৰত উদ্ভৱ হোৱা জৰুৰীকালীন পৰিস্থিতি , প্ৰতিবাদ আৰু নিৰাপত্তা ৰক্ষীৰ ফটো বিশ্ববাসীৰ আগত এওঁলোকে দাঙি ধৰিছিল ।

54 Comments