
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৫৮,২৪৪ গৰাকী, দ্বিতীয় বিভাগত ৮৯,৫২০ গৰাকী আৰু তৃতীয় বিভাগত ৪২,০২৯ গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ। বানিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ১১,১৮৯ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৪৯৭ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ১,৬৭৮ গৰাকী পৰীক্ষাৰ্থী। বানিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ। বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৩২,৯১৭ গৰাকী, দ্বিতীয় বিভাগত ৪,৬০৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ৫৪২ গৰাকী পৰীক্ষাৰ্থী। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ।