একেদৰে কেম্পেইন কমিটীৰ দায়িত্ব ভূপেন কুমাৰ বৰা,কৰ’ডিনেশ্যন কমিটীৰ দায়িত্ব দেৱব্ৰত শইকীয়া,মেনিফেষ্ট কমিটীৰ দায়িত্ব সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু পাবলিচিটি কমিটীৰ দায়িত্ব ৰকিবুল হুছেইনক দিয়া বুলি কে চি বেণুগোপালৰ স্বাক্ষৰিত পত্ৰত উল্লেখ থাকে।