গোৰেশ্বৰৰ কলবাৰীত এগৰাকী মহিলা নিৰুদ্দেশকলৈ তীব্ৰ উত্তেজনা…

গোৰেশ্বৰৰ কলবাৰীত এগৰাকী মহিলা নিৰুদ্দেশকলৈ তীব্ৰ উত্তেজনা।সোমবাৰে সন্ধিয়া পৰা নিৰুদ্দেশ হৈ আছিল মমী ৰাজবংশী ।ঘৰ পিচফালৰ পথাৰত গৰু নিবলৈ আহি নিৰুদ্দেশ হৈছে মহিলাগৰাকী ।মহিলা গৰাকীক ধ*ৰ্ষ*ণ কৰি হ*ত্যা কৰাৰ সন্দেহ চুবুৰীয়া ৰাইজৰ ।ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।আৰক্ষীয়ে সোধপোচৰ বাবে আ*ট*ক কৰে এজন যুৱকক আ*ট*কা*ধীন যুৱকজনৰ নাম কল্যাণ ৰাজবংশী।অভিযুক্ত যুৱকজনৰ ঘৰ উত্তেজিত ভাঙি লণ্ড ভণ্ড কৰে।ধৃত যুৱকজন পুৰ্বৰে পৰা বিভিন্ন অপৰাধজনিক কাৰ্যত জড়িত।হাবিৰ মাজত আৰক্ষীয়ে স্ফিনাৰ ড’গলৈ অভিযান অব্যাহত ৰাখিছে।