
দুৰ্ঘটনাত পতিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন,
শিলচৰ লৈ গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা,
গুৱাহাটী-শ্বিলং ৰোডত দুৰ্ঘটনাগ্ৰস্ত কনভয়ৰ বাহন,
নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰত বাগৰিল বাহনখন,
এই দুৰ্ঘটনাত আহত হৈছে দুজনকৈ নিৰাপত্তাৰক্ষী,
কথমপি ৰক্ষা মন্ত্ৰী অতুল বৰাৰ বাহনখন।