গুৱাহাটী মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ। ভেটাপাৰাৰ মহিলা আক্ৰমণকাৰীলৈ আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ বেহু ফালি পলাবলৈ লওতে আৰক্ষীৰ গুলীচালনা। পুৱতি নিশা ভঙাগড় পাহাৰত গুলীচালনাৰ ঘটনা।
সোঁ ভৰিত গুলী লাগে অভিযুক্ত আজুল হকৰ।গুলীবিদ্ধ আজুল হকক GMCHত ভৰ্তি।শুকুৰবাৰে সন্ধিয়া ভেটাপাৰাৰ গ’ল্ডেন পথত ৩ সন্তানৰ মাতৃক ছুৰিকাঘাত কৰিছিল আজুল হকে।ৰাইজে খেদি খেদি আটক কৰিছিল আক্ৰমণকাৰী আজুল হকক।পৰৱৰ্তী সময়ত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আজুল হক। এতিয়াও সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন মহিলাগৰাকী।