Skip to content
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী মুকলি হোৱাৰ দুদিন পিছতে বিকল
Home - Local News - গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী মুকলি হোৱাৰ দুদিন পিছতে বিকল
ডিজিটেল ডেস্ক/সংবাদ লহৰ দেশৰ দীৰ্ঘতম ৰপ’ৱে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী মুকলি হোৱাৰ দুদিন পিছতে বিকল ,
কাৰিকৰী বিজুতিৰ বাবে বিকল হৈ পৰিল এই ৰপ’ৱে ব্যবস্থা। এতিয়া অনির্দিষ্ট সময়লৈকে বন্ধ হোৱাৰ সম্ভাৱনা। মেৰামতিৰ বাবে তৎপৰ হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ।