পানী শুকাই বালিচৰ ওলোৱা বাবেই ব্যাঘাত ।
গুৱাহাটীৰ দক্ষিণ দিশত পানী শুকোৱা বাবে দৈনিক ফেৰী আবদ্ধ হয় বালিচৰত ।
বহু যাত্ৰীৰ হাহাকাৰ পৰিস্থিতি ।