গুৱাহাটীৰ ৰেল ষ্টেচনত হেৰ’ইনসহ এজনক গ্ৰেপ্তাৰ ।
কুৰিয়াৰেৰে কামৰূপ এক্সপ্ৰেছত ড্ৰাগছ সৰবৰাহ । ডিমাপুৰৰ পৰা সৰবৰাহ হৈছিল হেৰ’ইনখিনি ।
আজমত আলী নামৰ সৰবৰাহকাৰীগৰাকীক গ্ৰেপ্তাৰ । চাৰিটা চাবোন বাকচত প্ৰায় ৭৫ গ্ৰাম হেৰ’ইন জব্দ ।