sangbad lahar logo

গুৱাহাটীৰ পৰিবহণ আয়ুক্তই জেষ্ঠ্য কৰ্মচাৰীক শাৰিৰীক আৰু মানসিক ভাৱে অপদস্থ কৰাক লৈ মৰিগাঁও পৰিবহণ কাৰ্যালয়ত প্ৰতিবাদ।

যি সময়ত চৰকাৰে কৰ্মচাৰীৰ জীবন আৰু নিৰাপত্তাক লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে গুৱাহাটীস্থ পৰিবহণ আয়ুক্ত কাৰ্যালয়ত এগৰাকী জ্যেষ্ঠ কৰ্মচাৰীক শাৰীৰিক আৰু মানসিক ভাৱে অপদস্থ কৰাক লৈ সৰ্বত্তে প্ৰতিবাদৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে গুৱাহাটীস্থ পৰিবহণ আয়ুক্ত কাৰ্যালয়ত আয়ুক্ত গৰকীয়ে গুৱাহাটী পৰিবহণ আয়ুক্ত কাৰ্যালয়ৰ পঞ্জীয়ক প্ৰদীপ সেনাপতিক শাৰিৰীক আৰু মানসিক ভাৱে অপদস্থ কৰাক সদৌ অসম চৰকাৰী পৰিবহণ কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা মৰিগাঁও জিলা পৰিবহণ কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Related Articles

110 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *