ইয়াৰ পৰা মুঠ ৩ কোটি ৩৪ লাখ টকা ৰাজহ সংগ্ৰহ চৰকাৰৰ ।
গুৱাহাটীত পুনৰ সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ ! পূজাৰ দিনাই গুৱাহাটীত বিক্ৰী হ’ল ৮ কোটি ৩৪ লাখ টকাৰ সুৰা । বিশ্বকৰ্মা পূজাৰ দিনটোতে ৰেকৰ্ড ভাঙিলে মহানগৰৰ সুৰাপায়ীয়ে ।
ইয়াৰ পৰা মুঠ ৩ কোটি ৩৪ লাখ টকা ৰাজহ সংগ্ৰহ চৰকাৰৰ ।