মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড। বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰত দম্পতীক হত্যা।বৃদ্ধ দম্পতীক নৃশংস হত্যা দুৰ্বৃত্তৰ। মূৰত প্ৰহাৰ কৰি হত্যা কৰিছিল বৃদ্ধ দম্পতীক। ঘৰৰ ভিতৰতে হত্যা কৰি থৈ যায় বৃদ্ধ দম্পতীক। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।