দেশজুৰি পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম কৰাৰ পিছত গুৱাহাটীতো পেট্ৰ’লৰ দাম হ’লগৈ ১০০ টকা। আজি গুৱাহাটীত পেট্ৰ’লৰ দাম ১০০.০৭ টকাৰ পৰা ১০০.১১ টকা হৈছেগৈ। আনহাতে আজি গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে ৯২.২৭ টকা।