sangbad lahar logo

“গাখীৰ খুৱাই সাপ পুহিছিল UPPL দলে । “UPPLৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কামাল আজাদক দায়িত্বৰ পৰা অব্যাহতি ।

গোৰেশ্বৰত যুৱ UPPLৰ মুখপাত্ৰ ৰংগুল বড়োৰ সংবাদমেল ।

সংবাদমেলত কামাল আজাদক তীব্ৰ সমালোচনা কৰে যুৱ নেতা ৰংগুল বড়োই ।

লগতে পৃথ্বীৰাজ নাৰায়ন দেৱ মেছৰ বিৰুদ্ধেও অভিযোগ আনে যুৱ UPPLৰ নেতাগৰাকীয়ে ।

Related Articles