sangbad lahar logo

খেলৰত্ন বঁটাৰ পৰা ৰাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰ।

সংবাদ লহৰ 06/08/21 : সলনি হ'ল খেলৰত্ন পুৰস্কাৰৰ নাম। ৰাজীৱ গান্ধীৰ নাম প্ৰত্য়াহাৰ কৰা হৈছে খেলৰত্ন বঁটাৰ পৰা। হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ নামেৰে ৰখা হব ভাৰতত প্ৰদান কৰি অহা খেলৰত্ন পুৰস্কাৰৰ নাম। শুকুৰবাৰে এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনতাই দীৰ্ঘদীন ধৰি এই দাবী কৰি আহিছিল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে, ইয়াৰ এদিন পুৰ্বে টকিঅ অলিম্পিক ২০২০ ত ভাৰতে হকীত জাৰ্মানীক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *