sangbad lahar logo

ক’ৰণা ভাইৰাছক লৈ বিশেষ সতৰ্কতা মেঘালয়ৰ চৰকাৰ

  • ক’ৰণা ভাইৰাছক লৈ বিশেষ সতৰ্কতা মেঘালয়ৰ চৰকাৰ
  • ২৪ ঘণ্টাৰ বাবে মেঘালয় বন্ধ ঘোষণা
  • আজি নিশা ১২ বজাৰ পৰা বন্ধ থাকিব মেঘালয়
  • কৰোনা সংক্ৰমণ ৰোধৰ বাবে মেঘালয় চৰকাৰৰ বিশেষ পদক্ষেপ
  • ৫০% চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ
  • মেঘালয়ৰ সকলো পৰ্যটন ক্ষেত্ৰত ৩১ মাৰ্চলৈ বন্ধ
  • দোকান পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ
  • ৰাজহুৱা পৰিবহণ ক্ষেত্ৰতো নীতি নিৰ্দেশনা মেঘালয় চৰকাৰৰ ।

Related Articles