
ভাৰতে প্ৰথমখন খেল ৩৮ ৰাণত জিকিছিল আৰু দ্বিতীয় খন খেল মঙলবাৰে ২৭ জুলাইত অনুষ্ঠিত হোৱাৰ কথা আছিল ।
২৭ জুলাইত কলম্বোৰ প্ৰেমদাচা ষ্টেডিয়ামত শ্ৰীলংকা বনাম ভাৰতৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খন মঙলবাৰে ক্ৰণাল পাণ্ডিয়াৰ ক’ভিড পৰীক্ষাৰ ফলাফল পজিটিভ অহাৰ পিছত স্থগিত ৰখা হৈছে। খেলখন বুধবাৰে ২৮ জুলাইত খেলা হ’ব।